news

UNESCO ৰ সৰ্ব্বত্ৰে শিক্ষাৰ লক্ষ্য

Fazil Ahamed N | Saturday, December 10, 2016 9:18 AM IST

UNESCO ৰ সংবাদে দাবী কৰিছে যে ভাৰতৰ অৰ্দ্ধেক শতিকা পলম হ'ব, সৰ্ব্বত্ৰে শিক্ষাৰ লক্ষ্যত উপনিত হ'বলৈ । অতীতৰ তথ্য আৰু মিনিষ্ট্ৰি অভ হিউমেন্ ৰিচাছ্ ডিভেলপ্'মেণ্টে এই সংক্ৰান্তত জড়িত হৈ থকা নাছিল ।মিনিষ্টাৰ অভ ষ্টেট ফ'ৰ হিউমেন্ ৰিচাছ্ ডিভেলপ্'মেণ্টউপেন্দ্ৰ খোচৱাহাই ব্ৃস্পতিবাৰে ৰাজ্য সভাত এই কথা কয় ।

UNESCO ই গ্লোবেল এডুকাশ্বন ম'ণিটৰি্ ং ৰিপৰ্ট ২০১৬ ই কএছে, ভাৰত সৰ্ব্বত্ৰে প্ৰাথমিক শিক্ষা ২০৫০ চনলৈ, সৰ্ব্বত্ৰে তলৰ চেক্'অন্'দে'ৰীৰ শিক্ষা (৬ ৰ পৰা ৮  শ্ৰেণী পৰ্যন্ত)২০৬০ চনলৈ আৰু সৰ্ব্বত্ৰেওপৰ মহলাৰ শিক্ষা (৯ ৰ পৰা ১২ শ্ৰেণী পৰ্যন্ত) ২০৮৫ চনলৈ সিদ্ধি হ'ব বুলি জনায় ।