asamiya

কামৰূপ মহানগৰ ট্ৰেজাৰীত ১৭ টা কনিষ্ঠ গাণনিক সহায়কৰ পদ খালী

Webdesk | Saturday, December 31, 2016 2:22 PM IST

কামৰূপ মহানগৰ ট্ৰেজাৰীত ১৭ টা কনিষ্ঠ গাণনিক সহায়কৰ পদ খালী

কামৰূপ মহানগৰ জিলা ট্ৰেজাৰীত কনিষ্ঠ গাণনিক সহায়কৰ ১৭ টা পদত নিযুক্তিৰ বাবে অৰ্হিতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে ।শৈক্ষিক অৰ্হিতা স্নাতকডিগ্ৰীধাৰী আৰু স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ পৰা কম্পউটাৰ এপ্লিকেচনৰ ডিপ্ল'মাডাৰী ।প্ৰাৰ্থীয়ে অহা ৪ জানুৱাৰী ভিতৰত নথিপত্ৰৰ প্ৰত্যায়িত প্ৰতিলিপিসহ তলৰ ঠিকনাত আবেদন জনাব পাৰিব । ঠিকনা- TreasuryOfficer, Kamrup Metro Treasury, guwahati-781001