asamiya

অৰ্ডিনেন্স ফেক্টৰীত ৬৯৪৮ টা ট্ৰেড এপ্ৰেণ্টিছৰ প্ৰয়োজন

webdesk | Monday, January 23, 2017 9:46 AM IST

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অৰ্ডিনেন্স ফেক্টৰী ৰিক্ৰুইটমেণ্ট চেণ্টাৰে ৬৯৪৮ টা ট্ৰেড এপ্ৰেণ্টিছৰ বাবে অৰ্হিতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ।যিকোনো ভাৰতীয় নাগৰিকে এই পদৰ বাবে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব ।ট্ৰেড এপ্ৰেণ্টিছৰ পদসমূহৰ ৩৬২১ টা আই টি আই আৰু ৩৩২৭ টা অনাআইটিআই ।শৈক্ষিক াৰ্হিতা আইটিআই শাখাৰ বাবে ভাৰত চৰকাৰৰ অধীনস্থ যিকোনো দক্ষতা বৃদ্ধিৰ কাৰ্যসূচীৰ অধীনস্থ প্ৰতিষ্ঠানৰ ডিপ্ল'মাধাৰী ।আনহাতে অনাআইটিআই শাখাৰ বাবে দশম শ্ৰেণী বা সমপৰ্যায়ৰ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিভাগত নূ্যনতম ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব ।১৪ৰ পৰা ২২ বছৰ বয়সৰ প্ৰাৰ্থীয়ে অনলাইন আবেদন জনাব লাগিব ।আগ্ৰহী আৰু অৰ্হিতাসম্পন্ন প্ৰাৰ্থীৰ বাবে আবেদন ৱেবছাইট www.ofb.gov.in