ডিব্ৰুগড়ত শ্ৰমিক আদালতত খালী হোৱা ৰেকৰ্ডকীপাৰ আৰু নৈশ চকিদাৰৰ দুটা পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে ।এই পদৰ বাবে আবেদন প্ৰেৰণৰ অন্তিম সময় ১৫ মে' ।ৰেকৰ্ডকীপাৰ পদৰ প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব ।একে অৰ্হতা নৈশ চকিদাৰ পদৰ বাবেও ।প্ৰাৰ্থীয়ে প্ৰয়োজনীয় শৈক্ষিক নথিপত্ৰসহ তলৰ ঠিকনাত আবেদন জনাব লাগিব ।ঠিকনা-
Presiding Officer, Labour Court, Dibrugarh-786003