asamiya

কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত কাৰ্যালয়ত গাণনিক আৰু বৃত্তিমূলক শিক্ষকৰ প্ৰয়োজন

Sudipta | Friday, May 12, 2017 7:50 PM IST

পদৰ সংখ্যা:- গাণনিকৰ ১টা পদ ।বৃত্তিমূকল শিক্ষকৰ ১৮টা পদ ।

শৈক্ষিক অৰ্হতা:- গাণনিক পদৰ বাবে প্ৰাৰ্থী ন্যূনতম ৫০ শতাংশ নম্বৰসহ বাণিজ্যৰ স্নাতক হ'ব লাগিব ।লগতে গণনাৰ দক্ষতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব ঁবৃত্তোমূলক শিক্ষকৰ ১৮ টা পদত নিযুক্তিৰ বাবে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান বা আই টি আইৰ পৰা ক্ৰাফং টমেন/বৃত্তিমূলক প্ৰশিক্ষণৰ ডিপ্ল'মাধাৰী হ'ব লাগিব ।

দৰমহা:- দুয়োটা পদৰ বাবে প্ৰাৰ্থৰ দৰমহা মাহিলি ৮ হেজা ৰটকা ।

ঠিকনা:- Deputy Commissioner (Conference Hall), Kamrup (M), Guwahati