asamiya

এছএছবিত ৩৫৫টা কনিষ্টবলৰ পদ

Sudipta | Tuesday, May 16, 2017 12:09 AM IST

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত সশস্ত্ৰ সীমাবলত খালী হোৱা কিছুসংখ্যক পুৰুষ-মহিলা কনিষ্টবল পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে ।ক্ৰীড়া খণ্ডৰ বাবে সংৰক্ষিত এই পদসমূহত প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব ।

পদৰ সংখ্যা:- ৩৫৫টা (ফুটবল, এথলেটিক্ ছ, ভলীবল, বাক্সেটবল, হেণ্ডবল, কাবাদী, একুৱাটিকং ছ, ক্ৰছকাউণ্টি, জিডো, হকী, ফেন্সিং, ৱাটাৰ স্প'ৰ্টছ, ৰেছলিং, বক্সিং, 

ৱেটলিফং টিং, জিমনাষ্টিক্ ছ, চাইক্লিং, একুৱাষ্ট্ৰিৱান, শ্বুটিং, চেপাকটাকৰো, আৰ্চাৰী, তাইকোৱানডো, উশ্বু আদি খেলৰ বাবে নিযুক্তি লাভ কৰিব প্ৰাৰ্থীয়ে ।

সশৈক্ষিত অৰ্হতা:- দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ উত্তীৰ্ণ ।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত প্ৰতিনিদিত্ব কৰাৰ লগতে ২০১৬ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ৰাষ্ট্ৰীয় ছেম্পিয়নশ্বিপত মেডেল অৰ্জন কৰা প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব ।

বয়স:- ১৮ৰ পৰা ২৩ বছৰৰ ভিতৰত ।

ঠিকনা:- Assistant Director (Sports) Force

Hqr. Sasastra Seema Bal, East Block-V R.K. Puram, New Delhi-110066

সবিশেষ তথ্যৰ বাবে ৱেবছাইট: (www.ssbrectt.gov.in) চাব পাৰে ।আবেদনৰ অন্তিম তাৰিখ অহা ১২ জুন ।