news

স্কিল ডি’ভে’লপ্ মেণ্ট ইনস্তিটিউটে আইটিআই ত কাৰ্য্যকাৰীৰ আশা

Fazil Ahamed N | Saturday, December 17, 2016 2:08 PM IST

এড্ ভাঞ্চ স্কিল ডি'ভে'লপ্ মেণ্ট ট্ৰেইনিং ইনস্তিটিউটে ASTI অস্থায়ীভাৱে ইনডাচত্ৰিয়েল ট্ৰেইনিং ইনস্তিটিউট ITI বেৰহামপুৰৰ পৰা কাৰ্য্যকাৰী অহা ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব বুলি আশা কৰিছে ।

এছিয়ান ডি'ভে'লপ্ মেণ্ট বেঙ্কৰ পৰা ৯ জনীয়া বিশেষজ্ঞ ইনডাচত্ৰিয়েল ট্ৰেইনিং ইনস্তিটিউটত উপস্থিত হৈ পৰীক্ষণ-নিৰীক্ষণ কৰে ।

আইটিআই ৰ অধ্যক্ষকে উল্লেখ কৰে যে, 'আমি সম্পূৰ্ণ প্ৰস্তুত আছো ASTI ৰ কাৰ্য্যকাৰীৰ বহনৰ বাবে ।লগতে আইটিআই কৰ্তীপক্ষ আৰু এছিয়ান ডি'ভে'লপ্ মেণ্ট বেঙ্কৰ মিহৰ কথোপকঠনত স্পশ্ট হয় যে তেওঁলোকে ADB য়ে আমাৰ ইন্ ফ্ৰাষ্ট্ৰাকচাৰত আপ্লুত হৈ এই সিদ্ধান্ত লৈছে'