asamiya

অসম আৰক্ষীত যোগ শিক্ষকৰ প্ৰয়োজন

Sudipta | Thursday, May 25, 2017 2:59 AM IST

অসম আৰক্ষীত যোগৰ পাঠ্যক্ৰম প্ৰশিক্ষণ দিয়াৰ বাবে অস্থায়ীভাৱে কিছুসংখ্যক প্ৰশিক্ষকৰ প্ৰয়োজনহৈছে ।স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ যোহৰ ডিগ্ৰীধাৰী ।লগতে ডিগ্ৰী লাভ কৰাৰ পাছত যোগ প্ৰশিক্ষণ দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব ।দৰমহা:- মাহিলি ২৭ হেজাৰ টকা ।ঠিকনা:-আগ্ৰহীসকলে গুৱাহাটীৰ সহকাৰী আৰক্ষী আয়ুক্ত, কামৰূপ, বৰপেটা, দৰং, কাৰ্বি আংলং, গোৱালপাৰা, মৰিগাঁও, ডিমা হাছাও, শোণিতপুৰ, হোজাই আদি জিলাৰ আৰক্ষী মহাপৰিদৰ্শক সৈতে যোগাযোগ কৰিব পাৰে ।সবিশেষ তথ্যৰ ৱেবছাইট ঃ www.assampolic.gov.in আবেদন প্ৰেৰণৰ অন্তিম সময়ৰ উল্লেখ নাই ।