asamiya

নেচনেল ল ইউনিভাৰছিটীত বিভিন্ন পদ

Webdesk | Friday, December 23, 2016 11:29 AM IST

গুৱাহাটীৰ নেচনেল ল ইউনিভাৰছিটী এণ্ড জুডিচিয়েল একাডমী, অসম চমুকৈ (NLUJAA)ত খালী হোৱা কিছুসংখ্যক পদত নিযুক্তিৰ বাবে অৰ্হিতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে ।মুঠ পদৰ সংখ্যা ২৬ টা ।পদসমূহ-পঞ্জীয়ক, ফাইনেন্স অফিচাৰ, ডেপুটী লাইব্ৰেৰিয়ান, সহকাৰী পঞ্জীয়ক (এডমিন), উপাচাৰ্য আৰু পঞ্জীয়কৰ ব্যক্তিগত সচিব ,অধীক্ষক, ছিনিয়ৰ ষ্টেনোগ্ৰাফাৰ, ষ্টাফ নাৰ্ছ, অদি বহুতো পদ খালী আছে ।ইছ্যুক প্ৰাৰ্থীয়ে (http://www.nluassam.ac.in) ৰ পৰা আবেদনপত্ৰ ডাউনলিড কৰিব লাগিব ।আৰু অহা ২৬ ডিচেম্বৰৰ ভিতৰত আবেদনপত্ৰ পঠিয়াব লাগিব ।  Deputy Registrar,NLUJAA, B.K.Kakoti Road, Opp.SBI, South Ghy Branch, Ulubari,Ghy-781007.