asamiya

ডিগবৈ সোধনাগাৰত বিভিন্ন পদ

webdesk | Sunday, December 18, 2016 8:30 AM IST

ডিগবৈ সোধনাগাৰত বিভিন্ন পদ

ইণ্ডিয়ান অইলৰ ডিগবৈ শোধনাগাৰত কিছুসংখ্যক কনিষ্ঠ অভিযন্তা সহায়ক পদত নিযুক্তিৰ বাবে অৰ্হিতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে ।পদসমূহ-  কনিষ্ঠ অভিযন্তা সহায়ক (উৎপাদনৰ) ৯টা,ইলেক্ট্ৰিকেলৰ কনিষ্ঠ অভিযন্তা সহায়কৰ ৪টা, জুনিয়ৰ কুৱালিটী কণ্ট্ৰোল এনালিষ্টৰ দুটা ।পদভেদে শৈক্ষিত অৰ্হিতা সুকীয়া ।দৰমহাৰ নিৰিখ ১১,৯০০ টকাৰ পৰা ৩২,০০০ টকা ।প্ৰাৰ্থৰ বয়স ১ অক্টোবৰ ২০১৬ত ২৮ বছৰ হ'ব লাগিব ।আবেদনপত্ৰৰ অন্তিম সময় ১০ জানোৱাৰী ২০১৭ ।ঠিকনা- To The Chief Human Resource Manager/Indian Oil Corporation Ltd/Digboi-786 171