asamiya

গোৱালপাৰা সৈনিক স্কুলত পদ খালী

Sudipta | Sunday, May 21, 2017 12:31 AM IST

গোৱালপাৰা সৈনিক স্কুলত খালী হোৱা কিছু সংখ্যক এল ডি চি, ৱাৰ্ডবয়, মেট্ৰন আৰু বেণ্ড মাষ্টাৰ পদৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে ।বেণ্ড মাষ্টাৰৰ পদ ১টা, এল ডি চিৰ ২টা, ৱাৰ্ডবয় ২টা, মেট্ৰন ১টা, মুঠ ৬টা ।প্ৰাৰ্থীৰ বয়স ২১ৰ পৰা ৫০ ৫০ ৰ ভিৰতৰ হ'ব লাগিব ।পদভেদে শৈক্ষিক অৰ্হতা সুকীয়া ।তথ্যসমূহ ৱেবছাইটত চাব পাৰিব ।দৰমহা:- বেণ্ডমাষ্টাৰ ১৬ হেজাৰ আৰু বাকীকেইটা পদত ১২ হেজাৰকৈ ।ঠিকনা:- প্ৰাৰ্থীয়ে সবিশেষ তথ্যসহ আবেদন জনোৱাৰ ঠিকনা হ'ল-PRINCIPAL, SAINIK SCHOOL, GOALPARA, P.O- Rajapara,PIN-783133 ।