asamiya

সলনি হ’ব ভাৰতৰ মেডিকেল কাউন্সিল

webdesk | Saturday, February 4, 2017 8:57 AM IST

নিটি আয়োগে ভাৰতৰ মেডিকেল কাূন্সিল সলনি কৰাৰ প্ৰস্তুতু চলাইছে ।দেশৰ চিকিৎসা প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণত ৰখাৰ বাবে গঠন কৰা ইণ্ডিয়ান মেডিকেল কাউন্সিলৰ ঠাইত এক নতুন পৰিষদ গঠন কৰাৰ প্ৰস্তুতি চলাইছে নিটি আয়োগে ।ইতিমধ্যে এনে এক পৰিৱৰ্তনৰ বাবে এক খচৰা বিধেয়ক দাখিল কৰা হ'ব কেবিনেটৰ অনুমিদনৰ বাবে ।নতুনকৈ গঠন কৰিবলগীয়া মেডিকেল কাউন্সিলক জনা যাব নেচনেল কমিচন বা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ নামেৰে ।