asamiya

একে নিশাই দুই স্কুলত অগ্নিকাণ্ড

Sudipta | Wednesday, June 7, 2017 1:51 AM IST

যোৱা নিশা মহানগৰীৰ বামুণী মৈদামৰ নিউ ক'লনীস্থিত ৰাশৱস্ট্ৰভাষা শান্তি নিকেতন আৰু ঐতিহ্যপূৰ্ণ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড সংঘটিত হয় ।এই অগ্নিকাণ্ডটোৰ ফলত ভৰলুমুখৰ বিদ্যালয়খনৰ জাননী ফলকখন ভস্মিভূত হোৱাৰ বিপৰীতে বামুণী মৈদামৰ বিদ্যালয়খনৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ দুৰ্বৃত্তই লৈ যায় বুলি জানিব কৰা গৈছে ।আৰক্ষীয়ে দুয়োটা অগ্নিকাণ্ডৰ কাৰণ উদ্ ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।